Celesti Bairagey Instagram – সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ডিব্ৰুগড়বাসীৰ সহযোগত উদযাপন কৰা কেন্দ্ৰীয় ৰঙালী উৎসৱ ২০২৩ ৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশ গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ কৰি মোক বিহু মঞ্চত ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই বিশাল ৰাইজৰ উপস্হিত বিশেষ সন্মান যাচাৰ বাবে মই নথৈ আনন্দিত হ’লো। তাৰবাবে মই উদ্যোক্তাসকলক কৃতজ্ঞতা জনালো।এই চেগতে ডিব্ৰুগড়বাসী ৰাইজৰ পৰাও অশেষ মৰম বুটলিবলৈ সক্ষম হলো, তাৰবাবে তেওঁলোককো মোৰ শ্ৰদ্ধা যাচিলো। 🙏❤️
Makeup artist @makeupartist_puja_gogoii 😘
Outfit by @rina_lahon_gogoi ❤️
Photo credit @pol_photography_ 😇
#blessed #bihu #rongalibihu #assam #grateful Dibrugarh, Assam | Posted on 30/Apr/2023 16:25:55