Kalpana Kalita

Kalpana Kalita Instagram – সময়……৷ অসমৰ সাংস্কৃতিক জগতখনত খোজ লোৱাৰ দিনৰে পৰা কিছুমান সৰু সৰু সপোনে নিজ ক্ষেত্ৰখনত নতুন বা স্মৰণিয় কাম কৰাৰ আকাংক্ষা জন্মাই আহিছিল ৷ ঠিক তেনে এক সন্ধিক্ষণতে 2024 ৰ “ প্ৰাগচিনে এৱাৰ্ড “ ত আমাক “ ৰঙাটাপু ১৯৮২“ চিনেমা খনৰ বাবে Best Supporting actor ৰ সন্মানেৰে সন্মানিত কৰাৰ বাবে “প্ৰাগ চিনে এৱাৰ্ড“ লৈ কৃতজ্ঞ ৷ লগতে পৰিচালক মৰমৰ আদিত্যম শইকীয়ালৈ মই আজিবন কৃতাৰ্থ হৈ ৰলো৷ বিশেষ ভাৱে মোৰ শ্ৰদ্ধাৰ ড° সঞ্জীৱ নাৰায়ণ দাদা প্ৰম ুখ্যে সন্মানিয় বিচাৰক মণ্ডলীৰ প্ৰত্যেককে সেৱা জনালোঁ ৷মোৰ আৰাধ্য দেৱতাই আমালৈ এই পবিত্ৰ ক্ষণটো লিখি ৰখাৰ বাবে সুখী ৷ “ ৰঙাটাপু ১৯৮২ “ৰ সমোহ পৰিয়ালৰ হৈ সমগ্ৰ অসমবাসীৰ চৰণত সেৱা জনালে ৷ ☺️🙏 Spl thanx to my dear friend @zishaan_makeeup_artist for my wardrobe and my makeover ❤️❤️ | Posted on 17/Feb/2024 18:29:27

Kalpana Kalita
Kalpana Kalita

Check out the latest gallery of Kalpana Kalita