Kalpana Kalita

Kalpana Kalita Instagram – পৃথিৱীৰ ভিতৰতে একক ভ্ৰাম্যমাণ থিয়েটাৰ জগতখনে বহু বষ’ অতিক্ৰম কৰি এতিয়া পৰিপক্ব ক্ষণত৷ এনে এটা প্ৰতিষ্ঠানত নিজকে সমপি’ত কৰিব পাৰি গৌৰাৱাম্বিত৷ এইবাৰ ২০২৪ /২৫ বষ’ত “ৰাজলক্ষী“থিয়েটাৰৰ মঞ্চত নাট্যকাৰ পৰিচালক তথা সু -অভিনেতা চম্পক শমা’ দাৰ নাটক “ঘা“ আৰু শ্ৰদ্ধাৰ অভিজিত ভট্টাচাৰ্য দাৰ নাটক “মনে মনে চাওঁ তোমাক“ আৰু “কুৰুক্ষেত্ৰৰ সৈনিক“ মোৰ বাবে এক নতুন প্ৰত্যাহ্বান ৷ আপোনালোকৰ আশীৰ্বাদেই হব আমাৰ যাত্ৰাৰ মানিক৷ 🙏 | Posted on 27/Jul/2024 12:37:26

Kalpana Kalita
Kalpana Kalita

Check out the latest gallery of Kalpana Kalita