Kalpana Kalita

Kalpana Kalita Instagram – শিল্প মহানগৰী পাঠশালাত যেন ঘৰে ঘৰে মাত্ৰ এটাই নাম অভিনেত্ৰী “ কল্পনা কলিতা “৷ অভিনেতা চম্পক শমা’ দাদাৰ নাটক “ ঘা “ এটি বিধবা চৰিত্ৰট অভিনয় কৰি কল্পনা বাই যেন সকলোকে কন্দুৱাই থৈ যাব৷ আগতেও বাৰ অভিনয়ে আনন্দ দিছিল৷ কিন্ত এইবাৰ বৰকৈ কন্দুৱালে৷ কল্পনা বাৰ প্ৰতিভা গুতেই অসমতে বিয়পি পৰক৷🤗🙏
#reels #minivlog #reelsinstagram #fbshots #assam #trending #assameseminivlog #theatre #instagram #instagram #fbminivlog | Posted on 26/Aug/2024 19:45:32

Kalpana Kalita
Kalpana Kalita

Check out the latest gallery of Kalpana Kalita