Priyanka Bharali Instagram – নাৰায়ণপুৰ হাইস্কুলৰ ৰূপালী জয়ন্তীৰ সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশনৰ কিছু সুন্দৰ মূহুৰ্ত…এক অতি সুন্দৰ পৰিবেশত সকলোৰে অভূতপূৰ্ব সহাঁৰি আৰু মৰমে আমাক অতি উৎসাহিত কৰিলে। আপোনালোকে দিয়া এই মৰম, সহযোগ আৰু আশীৰ্বাদৰ বাবে আমি আপোনালোকৰ ওচৰত চিৰ কৃতজ্ঞ। সমূহ ৰাইজ তথা কৰ্মকৰ্তা সকললৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সকলো কুশলে থাকক, পুনৰ লগ পাম 🙏🤗🧿
(08/12/2024)
Thank you @nikukalitaphotography
@jinku_makeup
#newphotos #live #liveperformance #livemusic #newpost #priyankabharali #priyankabharalilive #priyankabharaliofficial #priyankabharalifanclub #thankfulgratefulblessed #🙏🫶🏻🧿🧿🧿 | Posted on 12/Dec/2024 16:20:41



