Priyanka Bharali Instagram – সকলোকে জনাবলৈ পায় অতি সুখী যে ” KGF CHAPTER 2 ” ত এইবাৰ এটি গীতত মই কণ্ঠদান কৰিছো। গীতটোৰ নাম হৈছে “TOOFAN” . এই গীতটোৱে আজি শুভমুক্তি লাভ কৰিছে । আপোনালোকৰ আশীৰ্বাদ কামনা কৰিছো।
Link in bio ☝️
Thank you so much
@ravibasrur sir
@prashanthneel sir
And the entire team
#kgf2 #playback #hindi | Posted on 21/Mar/2022 11:49:32



