Priyanka Bharali Instagram – পোনপ্ৰথমেই বৰক’লা মধ্য ইংৰাজী বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী,তথা ছাত্ৰ ছাত্ৰীক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ…. আপোনালোকৰ বিদ্যালয়ৰ হীৰক জয়ন্তী উপলক্ষে আয়োজিত কৰা অনুষ্ঠানত মোক নিমন্ত্ৰণ কৰা বাবে…. আপোনালোকে যিখিনি আদৰ আপ্যায়ন কৰিলে তাৰ কাৰণে মই চিৰ কৃতজ্ঞ হৈ ৰম….আৰু ভৱিষ্যতেও আপোনালোকক লগ পোৱাৰ আশা ৰাখিলোঁ…❤️🧿🙏(31/01/2025)
#newpost #newphotos #instagood #instalike #instagram #instamood #instadaily #photogram #photo #thankfulgratefulblessed #priyankabharali #priyankabharaliofficial #priyankabharalifanclub #priyankabharalilive #🙏🕉️🪢♾️🧿
Thank you
@nikukalitaphotography
@jinku_makeup | Posted on 03/Feb/2025 14:05:05



