Priyanka Bharali Instagram – যোৱানিশা (০৪/০৫/২৫) পাঠশালা বামাখাতাৰ কিছু সুন্দৰ মূহুৰ্ত..। ৰাইজৰ সঁহাৰি আৰু মৰমবোৰ আমি কেতিয়াও পাহৰিব নোৱাৰো। সুন্দৰ পৰিবেশত আপোনালোকৰ পৰা পোৱা সহযোগত আমি অতি উৎসাহিত হ’লো। আমি আপোনালোকৰ ওচৰত চিৰ কৃতজ্ঞ। সমূহ ৰাইজ আৰু কৰ্মকৰ্তা সকললৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সকলো কুশলে থাকক, পুনৰ লগ পাম।
Thank you
@jinku_makeup
@nikukalitaphotography
@trifabmekhelachador
@juron_assamese_jewellery
#bihu2025 #liveinconcert #priyankabharali #priyankabharaliofficial #priyankabharalifanclub #priyankabharalilive #thankfulgratefulblessed♥️ #assam #pathsala #bamakhata #🧿🧿🧿 | Posted on 05/May/2025 20:30:01



