Priyanka Bharali Instagram – যোৱানিশা (০৩/০৫/২৫) বঙাইগাঁওৰ কিছু সুন্দৰ মূহুৰ্ত..। ৰাইজৰ অভূতপূর্ব সঁহাৰি আৰু মৰমবোৰ আমি কেতিয়াও পাহৰিব নোৱাৰো। সুন্দৰ পৰিবেশত আপোনালোকৰ পৰা পোৱা সহযোগত আমি অতি উৎসাহিত হ’লো। আমি আপোনালোকৰ ওচৰত চিৰ কৃতজ্ঞ। সমূহ ৰাইজ আৰু কৰ্মকৰ্তা সকললৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সকলো কুশলে থাকক, পুনৰ লগ পাম।
Thank you
@jinku_makeup
@nikukalitaphotography
@trifabmekhelachador
@juron_assamese_jewellery
#bihu2025 #liveinconcert #priyankabharali #priyankabharaliofficial #priyankabharalifanclub #priyankabharalilive #thankfulgratefulblessed♥️ #assam #bongaigaon #bongaigaontownship💥 #🧿🧿🧿 | Posted on 04/May/2025 17:56:39



