Priyanka Bharali

Priyanka Bharali Instagram – যোৱানিশা (০৫/০৫/২৫) তামুলপুৰৰ কিছু সুন্দৰ মূহুৰ্ত..। ৰাইজৰ সঁহাৰি আৰু মৰমবোৰ আমি কেতিয়াও পাহৰিব নোৱাৰো। সমূহ ৰাইজ আৰু কৰ্মকৰ্তা সকললৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সুন্দৰ পৰিবেশত আপোনালোকৰ পৰা পোৱা সহযোগত আমি অতি উৎসাহিত হ’লো। আমি আপোনালোকৰ ওচৰত চিৰ কৃতজ্ঞ।সকলো কুশলে থাকক, পুনৰ লগ পাম।

Thank you
@jinku_makeup
@nikukalitaphotography
@trifabmekhelachador

#bihu2025 #liveinconcert #priyankabharali #priyankabharaliofficial #priyankabharalifanclub #priyankabharalilive #thankfulgratefulblessed♥️ #assam #tamulpur #🧿🧿🧿 | Posted on 06/May/2025 18:48:42

Priyanka Bharali

Check out the latest gallery of Priyanka Bharali