Priyanka Bharali

Priyanka Bharali Instagram – যোৱা (৩০/০৪/২৫) গোৱালাপাৰা মাটিয়া বিহু মঞ্চৰ কিছু সুন্দৰ মূহুৰ্ত..। সকলো ৰাইজৰ অভূতপূর্ব সঁহাৰি আৰু মৰম পায় আমি অতি উৎসাহিত হ’লো। আমি আপোনালোকৰ ওচৰত চিৰ কৃতজ্ঞ। সুন্দৰ পৰিবেশত আপোনালোকৰ পৰা পোৱা সহযোগ, মৰমবোৰ কেতিয়াও পাহৰিব নোৱাৰো। সমূহ ৰাইজ আৰু কৰ্মকৰ্তা সকললৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সকলো কুশলে থাকক, পুনৰ লগ পাম।

Thank you
@subhashsherstha
@nikukalitaphotography
@the_silkalay

#bihu2025 #liveinconcert #priyankabharali #priyankabharaliofficial #priyankabharalifanclub #priyankabharalilive #thankfulgratefulblessed♥️ #assam #goalpara #matia #🧿🧿🧿 | Posted on 02/May/2025 14:18:26

Priyanka Bharali

Check out the latest gallery of Priyanka Bharali