Prarthana Sonowal Instagram – অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো। ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন, আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ আৰু সুখ শান্তিৰে পৰিপূৰ্ণ, তাৰেই আন্তৰিক কামনাৰে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। ♥️ | Posted on 15/Apr/2025 11:33:24
Check out the latest gallery of Prarthana Sonowal



