Preety Kongana Instagram – “কহৰে উদ্ধৱ, কহ প্রাণেৰ বান্ধৱ
হে প্রাণ কৃষ্ণ কবে আৱে।
পুছয়ে গােপী প্রেম আকুল ভাৱে
এ নাহি চেতন গাৱে।।”
যোৱাকালি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে ঘৰতেই এভাগ পূজাৰ আয়োজন কৰি প্ৰভুৰ শ্ৰীচৰণত সকলোৰে মঙ্গলাৰ্থে সেৱা জনাওঁ।
লগতে, মাৰ সৈতে ঘৰৰ সমীপত থকা নামঘৰত সেৱা লওঁ। প্ৰভুৱে সকলোৰে মঙ্গল কৰক তাকে কামনা কৰিছোঁ।🙏🧿🙏 | Posted on 15/Sep/2025 16:31:31



