Saikhom Mirabai Chanu Instagram – গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত ৩০ সংখ্যক কমনৱেলথ ভাৰত্তোলন চেম্পিয়নশ্বিপত ভাৰতৰ সফলতা অব্যাহত আছে। সোমবাৰে টকিঅ’ অলিম্পিকৰ পদক বিজয়ী মীৰাবাই চানুৱে সোণৰ পদক জয় কৰে। ভাৰতৰ তাৰকা ভাৰত্তোলকগৰাকীয়ে মুঠ ১৯৩ কিলোগ্ৰাম ভাৰত্তোলন কৰি স্বৰ্ণপদক অৰ্জন কৰে।
#MirabaiChanu #weightlifter #CommonwealthWeightliftingChampionships #CommonwealthWeightlifting #goldmedal #ddnewsassam #ddnewsassamese | Posted on 26/Aug/2025 09:37:12
Check out the latest gallery of Saikhom Mirabai Chanu



