Meenakshi Borah

Meenakshi Borah Instagram – ১৫/২০ ছেকেণ্ডৰ ক্লিপবোৰ দি কি বুজাব বিচাৰি আছে আপোনালোকে, ইমান দম নাই যদি দি কিয় আছে… সেই ১৫/১৬ জনৰ মাজৰ পৰাই য়টৰ ক্লিপবোৰ কোনোবাই আপলোড কৰি আছে…. একেবাৰতে এদিনতেই সকলোখিনি দি দিয়ক না… এইসব কিহৰ নাটক দেখুৱাই আছে আপোনালোকে…ল’ৰা ধেমালি কোনে কৰি আছে ?খুব কষ্ট আৰু লাজ পাইছোঁ, সোনকালেই কিবা এটা ব্যৱস্থা হওঁক…
আৰু এই Web Series বন্ধ কৰক…আমাৰ সম্পদৰ ন্যায়ৰ বাবে আমি যুঁজি আছোঁ…
We want justice…#zubeendaa | Posted on 24/Sep/2025 23:51:00

Meenakshi Borah
Meenakshi Borah

Check out the latest gallery of Meenakshi Borah